উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ : দৈনিক অসম কাকতৰ সাংবাদিক অৰূপ শাণ্ডিল্যৰ গ্ৰন্থ -অসমৰ কৃষি 
( প্ৰকাশক - পূৰ্বাঞ্চল প্ৰকাশ)ৰ  বিষয়ে  ৰত্না ভৰালী তালুকদাৰৰ আলোচনা। সংগীত-প্রিয়ানুজ পৰাশৰ
Books from Northeast: In this podcast Ratna Bharali Talukdar reviews the book Asamar Krishi authored by journalist Arup Shandilya and published by Purbanchal Prakash.  Music by Priyanuj Parashar

Download NEZINE App to keep listening to NEZINE's podcast